সোমবার, ৯ সেপ্টেম্বর, ২০১৩

আমি অসমীয়া
 নহওঁ,দূখীয়
১. উক্ত গদ্য ফাকি  আজিৰ প্ৰজম্নৰ মাজত শুভা নাপাই, কাৰণ আমি নিজৰ ভাষা সাহিত্যক শুদ্ধ ভাবে কব /লিখিব নাজানো ।
২. আমাৰ ৰাজ্য খনৰ ছাৰি সীমা কেইটা শুদ্ধ কৈ কব নাজানো,

শনিবার, ৭ সেপ্টেম্বর, ২০১৩

আমাৰ পৰিচয় কি ?
আমি  কোন ?
আমি প্ৰকৃত অসমীয়া নে ?
নামঃ      শ্ৰী মনজিৎ গগৈ ।
ঘৰঃ            গোলাঘাট,নুমলীগড়,বিষ্ণুপুৰ
ডাকঃ         কাণাইঘাট                                                     পিন নংঃ৭৮৫৬৯৯
-----------------------------------------------------------------------------------------------------